মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »নিলম্বিত SI জোনমনি‌ ৰাভাৰ প্ৰথমখন জামিনৰ আবেদন আদালতত নাকচ

নিলম্বিত SI জোনমনি‌ ৰাভাৰ প্ৰথমখন জামিনৰ আবেদন আদালতত নাকচ

মাজুলীৰ আদালতত নাকচ হোৱাৰ পাছতে জোনমনি ৰাভাৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিব বুলি জানিব পৰা গৈছে।

মাজুলীৰ আদালতত নাকচ হোৱাৰ পাছতে জোনমনি ৰাভাৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিব বুলি জানিব পৰা গৈছে।

  • Share this:
নিলম্বিত এছ আই জোনমনি‌ ৰাভা (SI Junmoni Rabha)ৰ প্ৰথমখন জামিন আবেদন নাকচ কৰিছে আদালতে। জোনমনিৰ ৰাভাৰ জামিন আবেদন নাকচ কৰিলে মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে।

চৈধ্য দিনৰ ন্যায়িক জিম্মাত থকা জোনমনি ৰাভাক কাইলৈ পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব। মাজুলীৰ আদালতত নাকচ হোৱাৰ পাছতে জোনমনি ৰাভাৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিব বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি