দক্ষিণ কামৰূপৰ নগৰবেৰাৰ জামলাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ তেল ডিপ’ৰ কৰ্মচাৰী এজনে লক্ষাধিক টকা লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দক্ষিণ কামৰূপৰ নগৰবেৰাৰ জামলাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ তেল ডিপ’ৰ কৰ্মচাৰী এজনে লক্ষাধিক টকা লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দক্ষিণ কামৰূপৰ নগৰবেৰাৰ জামলাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ তেল ডিপ’ৰ কৰ্মচাৰী এজনে লক্ষাধিক টকা লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বিহাৰৰ বিজু পেটেল নামৰ যুৱকজন এজনে সংঘটিত কৰে এই কাণ্ড ৷
প্ৰায় চাৰিমাহ পূৰ্বে দক্ষিণ কামৰূপৰ নগৰবেৰা থানাৰ এলেকাধীন জামলাইস্থিত “বাদুচা" তেল ডিপ’ত কৰ্মচাৰী হিচাপে সোমাইছিল যুৱকজন ৷
সম্পূৰ্ণ ভাৱে ঘৰ-ঠিকনা নজনা যুৱকজনক বিশ্বাসত লৈছিল ডিপ’ৰ মালিক পক্ষই ৷ হঠাৎ বিশ্বাসঘাটকতা কৰি লক্ষাধিক টকা লৈ উধাও হয় বিজু পেটেল নামৰ যুৱকজন ৷ যুৱকজনৰ বিৰুদ্ধে ডিপ’ৰ মালিক পক্ষই ইতিমধ্যে নগৰবেৰা থানাত দাখিল কৰিছে এজাহাৰ ৷
Published by: Kokil Sarma
First published: July 23, 2021, 16:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|