உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • কামৰূপ জিলাৰ নগৰবেৰাত তেল ডিপোৰ পৰা লক্ষাধিক টকা লৈ পলাল কৰ্মচাৰী...

    কামৰূপ জিলাৰ নগৰবেৰাত তেল ডিপোৰ পৰা লক্ষাধিক টকা লৈ পলাল কৰ্মচাৰী...

    দক্ষিণ কামৰূপৰ নগৰবেৰাৰ জামলাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ তেল ডিপ’ৰ কৰ্মচাৰী এজনে লক্ষাধিক টকা লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

    • Share this:
    দক্ষিণ কামৰূপৰ নগৰবেৰাৰ জামলাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ তেল ডিপ’ৰ কৰ্মচাৰী এজনে লক্ষাধিক টকা লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বিহাৰৰ বিজু পেটেল নামৰ যুৱকজন এজনে সংঘটিত কৰে এই কাণ্ড ৷

    প্ৰায় চাৰিমাহ পূৰ্বে দক্ষিণ কামৰূপৰ নগৰবেৰা থানাৰ এলেকাধীন জামলাইস্থিত “বাদুচা" তেল ডিপ’ত কৰ্মচাৰী হিচাপে সোমাইছিল যুৱকজন ৷
    সম্পূৰ্ণ ভাৱে ঘৰ-ঠিকনা নজনা যুৱকজনক বিশ্বাসত লৈছিল ডিপ’ৰ মালিক পক্ষই ৷ হঠাৎ বিশ্বাসঘাটকতা কৰি লক্ষাধিক টকা লৈ উধাও হয় বিজু পেটেল নামৰ যুৱকজন ৷ যুৱকজনৰ বিৰুদ্ধে ডিপ’ৰ মালিক পক্ষই ইতিমধ্যে নগৰবেৰা থানাত দাখিল কৰিছে এজাহাৰ ৷
    Published by:Kokil Sarma
    First published: