• Home
  • »
  • News
  • »
  • crime
  • »
  • Ganja Seized in Karimganj: কৰিমগঞ্জৰ চূড়াইবাড়িত পুনৰ জব্দ হৈছে ডেৰ কোটি টকাৰ অবৈধ গাঞ্জা

Ganja Seized in Karimganj: কৰিমগঞ্জৰ চূড়াইবাড়িত পুনৰ জব্দ হৈছে ডেৰ কোটি টকাৰ অবৈধ গাঞ্জা

গাড়ীৰ ভিতৰত থকা এক গোপন চেম্বাৰত লুকুৱাই আনিছিল গাঞ্জাখিনি

গাড়ীৰ ভিতৰত থকা এক গোপন চেম্বাৰত লুকুৱাই আনিছিল গাঞ্জাখিনি

গাড়ীৰ ভিতৰত থকা এক গোপন চেম্বাৰত লুকুৱাই আনিছিল গাঞ্জাখিনি

  • Share this:
এক লাখ দুই লাখ নহয়, কৰিমগঞ্জৰ চূড়াইবাড়িত পুনৰ জব্দ হৈছে ডেৰ কোটি টকাৰ অবৈধ গাঞ্জা। ত্ৰিপুৰাৰ আগৰতলাৰ পৰা NL 02 Q 9360 নম্বৰৰ কনটেইনাৰেৰে গুৱাহাটী যোৱাৰ কথা আছিল গাড়ীখন।

অসম ত্ৰিপুৰা সীমান্তৰ চুড়াইবাড়ি আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে ১ কুইণ্টাল ৪৮০ কেজি গাঞ্জা (illegal ganja seized in Karimganj)।

অসমত প্ৰৱেশৰ লগে লগে গাড়ীৰ ভিতৰত থকা এক গোপন চেম্বাৰত লুকুৱাই আনিছিল গাঞ্জাখিনি। ঘটনা সন্দৰ্ভত আটক কৰা হৈছে উত্তৰ প্ৰদেশৰ গাড়ীচালক মনোহৰ আলীক।
ইতিমধ্যে আৰক্ষীয়ে মালিকৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published: