Drive Against Drugs: ১.৫ কোটি টকাৰ হেৰ'ইনসহ কামৰূপ আৰক্ষীৰ জালত দুজন, ৫৫ লাখ টকাৰ ড্ৰাগছসহ জালত পৰিল নাৰেংগীৰ ড্ৰাগছ ব্যৱসায়ী...

News18 Assam | News18-Assam
Updated:June 10, 2021, 11:33 PM IST
Drive Against Drugs: ১.৫ কোটি টকাৰ হেৰ'ইনসহ কামৰূপ আৰক্ষীৰ জালত দুজন, ৫৫ লাখ টকাৰ ড্ৰাগছসহ জালত পৰিল নাৰেংগীৰ ড্ৰাগছ ব্যৱসায়ী...
ডেৰ কোটি টকা মূল্যৰ ড্ৰাগছসহ কামৰূপ আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। আন এক অভিযানত নাৰেংগীৰ জাকিৰ হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়িক বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ডেৰ কোটি টকা মূল্যৰ ড্ৰাগছসহ কামৰূপ আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। আন এক অভিযানত নাৰেংগীৰ জাকিৰ হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়িক বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

  • Share this:
ডেৰ কোটি টকা মূল্যৰ ড্ৰাগছসহ কামৰূপ আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। এখন ট্ৰাকৰ পৰা জব্দ কৰে ২৫০ গ্ৰাম হেৰ'ইন। এই হেৰ'ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য ১.৫ কোটি টকা।

আনহাতে নাৰেংগীৰ জাকিৰ হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়িক বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা আৰক্ষীয়ে ৫৫ লাখ টকা মূল্যৰ কফ ছিৰাপ জব্দ কৰিবলৈ সক্ষম হয়।
Published by: Kokil Sarma
First published: June 10, 2021, 11:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি