মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Cash Seized From Congress MLAs : এইবাৰ কংগ্ৰেছ বিধায়কৰ গাড়ীত উদ্ধাৰ টকাৰ গাঁঠ। চাওক ভিডিঅ'

Cash Seized From Congress MLAs : এইবাৰ কংগ্ৰেছ বিধায়কৰ গাড়ীত উদ্ধাৰ টকাৰ গাঁঠ। চাওক ভিডিঅ'

Cash Seized From Congress MLAs : ঝাৰখণ্ড (Jharkhand)ৰ তিনিজন কংগ্ৰেছ বিধায়ক (Congress MLA)ৰ গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছে গাঁঠ গাঁঠ টকা। 

  • Share this:
পশ্চিম বংগত মডেল অৰ্পিতা মুখাৰ্জীৰ ঘৰত কোটি কোটি টকাৰ পাহাৰ উদ্ধাৰ হোৱাৰ বাতৰিয়ে দেশজুৰি আলোড়নৰ সৃষ্টি কৰি থকাৰ মাজতে আজি কংগ্ৰেছ বিধায়কৰ গাড়ীতো উদ্ধাৰ হৈছে বুজন পৰিমাণৰ টকা। ঝাৰখণ্ড (Jharkhand)ৰ তিনিজন কংগ্ৰেছ বিধায়ক (Congress MLA)ৰ গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছে গাঁঠ গাঁঠ টকা।

ঝাৰখণ্ডৰ জামতাৰা সমষ্টিৰ বিধায়ক ইৰাফান আনছাৰি (Irfan Ansari), খিজৰি সমষ্টিৰ বিধায়ক ৰাজেশ কাচ্চাপ (Rajesh Kachhap) আৰু কোলেবিৰা সমষ্টিৰ বিধায়ক নমন বিশাল (Naman Bixal)ৰ বাহনৰ পৰা বৃহত পৰিমাণৰ টকা জব্দ কৰা হয়। চাওক ভিডিঅ'-

টকা গণিবলৈ মেচিন অহালৈ অপেক্ষা কৰি আছিল আৰক্ষীৰ দল। ইপিনে ঝাৰখণ্ডৰ বিজেপিয়ে অভিযোগ কৰিছে যে ৰাজ্যখনত বাঢ়ি যোৱা দুৰ্নীতিৰ এয়াই প্ৰমাণ। ঝাৰখণ্ডৰ বিজেপিৰ সম্পাদক আদিত্য চাহুৰ এই মন্তব্য।

শেহতীয়া বাতৰি