• Home
  • »
  • News
  • »
  • crime
  • »
  • Drugs Seized : কাৰ্বি আংলঙত পুনৰ বাছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ হেৰ'ইন, গ্ৰেপ্তাৰ মণিপুৰৰ সৰবৰাহকাৰী

Drugs Seized : কাৰ্বি আংলঙত পুনৰ বাছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ হেৰ'ইন, গ্ৰেপ্তাৰ মণিপুৰৰ সৰবৰাহকাৰী

Drugs Seized : ডিমাপুৰ দিশৰ পৰা অহা AS-09AC-4179 নম্বৰৰ বাছত চলোৱা তালাচীত ২৫টা চাবোনৰ বাকচত ৩২০ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়।

  • Share this:
কাৰ্বি আংলং জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে আজি পুনৰ লাভ কৰিছে বৃহৎ সফলতা।বোকাজান মহকুমাৰ লাহৰীজান পহৰা চকীৰ সম্মুখত চলোৱা তালাচীত এখন বাছৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ হেৰ'ইন।

ডিমাপুৰ দিশৰ পৰা অহা AS-09AC-4179 নম্বৰৰ বাছত চলোৱা তালাচীত ২৫টা চাবোনৰ বাকচত ৩২০ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। লগতে হেৰ'ইন খিনি কঢ়িয়াই অনা থৌবাল জিলাৰ সহিদুৰ আলমৰ ২০ বছৰীয়া পুত্ৰ অমৰ খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত হেৰ'ইন খিনি জব্দ কৰাৰ লগতে ধৃত ড্ৰাগছ সৰবৰাহকাৰীক অব্যাহত ৰাখিছে জেৰা।
Published by:Manjumoni Borah
First published: