হোজাইৰ অতি ব্যস্ত পথ ঠাকুৰবাড়ী ৰোডৰ এটা এটি এম(ATM)ত চোৰে লুটপাত চলোৱাৰ ঘটনা পোহৰলৈ অহাত সৃষ্টি হৈছে চাঞ্চল্যৰ ।অঞ্চলটোৰ SBI ATMত দুস্কৃতিকাৰীয়ে লুটপাত চলাই লণ্ডভণ্ড কৰি থৈ যোৱাৰ দৃশ্য পুৱাৰ ভাগত ৰাইজে প্রত্যক্ষ কৰি অৱগত কৰে আৰক্ষীক।

লক্ষণীয় যে দুস্কৃতিকাৰীয়ে গেছ কাটাৰেৰে এটি এমৰ মেচিন কাটি সমুদায় ধন(Money) লুটি নিয়াৰ সন্দেহ কৰা হৈছে।ইফালে এটিএমৰ পৰা কিমান টকাৰ লুট হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।ঘটনাৰ পৰৱৰ্তী সময়ত বেংক(Bank)ৰ কৰ্মচাৰী আৰু আৰক্ষী উপস্থিত হৈ তদন্ত চলাই যদিও এটি এমত লুটপাত চলোৱা চক্ৰটোৰ এতিয়াও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই হোজাই আৰক্ষী।
আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা বেংক কৰ্মচাৰীয়ে ATMৰ পৰা কিমান ধন লুট হৈছে সেয়া প্ৰকাশ কৰা নাই যদিও ধন আছিল বুলি প্ৰকাশ কৰে।ইপিনে ঘটনা সংক্ৰান্তত হোজাই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|