உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • হামৰেনত ধন দাবী কৰা গোচৰত গ্ৰেপ্তাৰ দুই দুৰ্বৃত্ত ! আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা ...

    হামৰেনত ধন দাবী কৰা গোচৰত গ্ৰেপ্তাৰ দুই দুৰ্বৃত্ত ! আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা ...

    আৰক্ষী অধীক্ষকৰ নিৰ্দেশত হামৰেন আৰক্ষীয়ে ধন দাবী কৰাৰ গোচৰত দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ হৈছে সক্ষম । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্ত দুটা হৈছে হামৰেনৰ ২৪ বছৰীয়া জন তিছু আৰু ৩২ বছৰীয়া লক্ষন তিমুং।

    • Share this:
    পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনত  ধন দাবীৰে ত্ৰাসৰ সৃষ্টি কৰিছে দুৰ্বৃত্তই  । সংগঠনৰ নাম নোলোৱাকৈ ব্যক্তি বিশেষে হামৰেনত ধন দাবী কৰি ৰাইজক ভীতিগ্ৰস্ত কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

    ইফালে ধন দাবীৰে ত্ৰাসৰ চলোৱা দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ জিলা আৰক্ষী অধীক্ষক আজাগৌৰান বসুমতাৰীয়ে নিজেই লৈছিল বিশেষ উদ্যোগ।ফলত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত হামৰেন আৰক্ষীয়ে ধন দাবী কৰাৰ গোচৰত দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ হৈছে সক্ষম ।হামৰেন থানাত ৰুজু হোৱা ৩৫/২১ নম্বৰত ৰুজু হোৱা গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্ত দুটা হৈছে হামৰেনৰ ২৪ বছৰীয়া জন তিছু আৰু ৩২ বছৰীয়া লক্ষন তিমুং।লগতে আৰক্ষীয়ে জব্দ কৰিছে ধৃত ব্যক্তিদ্বয়ে ব্যৱহাৰ কৰা এখন বাইক।হামৰেন PWD কলনীৰ লোকৰ পৰা ধৃত দুৰ্বৃত্ত দুটাই কৰিছিল ধন দাবী। সম্প্রতি হামৰেন আৰক্ষীৰ জিম্মাত থকা দুৰ্বৃত্ত দুটাক আৰক্ষীয়ে চলাই আছে জেৰা।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Kokil Sarma
    First published: