உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Firing: দুটাকৈ Most Wanted ডকাইতলৈ আৰক্ষীৰ গুলীচালনা... আৰক্ষীৰ গুলীত গুলীবিদ্ধ ফজল আৰু জাকিৰ...

    Firing: দুটাকৈ Most Wanted ডকাইতলৈ আৰক্ষীৰ গুলীচালনা... আৰক্ষীৰ গুলীত গুলীবিদ্ধ ফজল আৰু জাকিৰ...

    হাজোত পুৱতি নিশা গুলীচালনাৰ ঘটনা। হাজোৰ চকামতলীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। আৰক্ষীৰ গুলীত আহত হৈছে দুটাকৈ MOST WANTED দুধৰ্ষ ডকাইত।

    • Share this:

    ফজল হক আৰু জাকিৰ নামৰ ডকাইত দুটা গুলীবদ্ধ হৈছে এই ঘটনাত।আৰক্ষীয়ে দুয়োটাকে আটক কৰি আনি থকাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দুই দুধৰ্ষ ডকাইতে। ইতিমধ্যে বহুকেইটা অপৰাধজনিত ঘটনাত জড়িত ফজল হক আৰু জাকিৰ। এই ঘটনাৰ পিছতে গুলীবিদ্ধ ফজল আৰু জাকিৰক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।
    Published by:Kokil Sarma
    First published: