হাজোত পুৱতি নিশা গুলীচালনাৰ ঘটনা। হাজোৰ চকামতলীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। আৰক্ষীৰ গুলীত আহত হৈছে দুটাকৈ MOST WANTED দুধৰ্ষ ডকাইত।

ফজল হক আৰু জাকিৰ নামৰ ডকাইত দুটা গুলীবদ্ধ হৈছে এই ঘটনাত।আৰক্ষীয়ে দুয়োটাকে আটক কৰি আনি থকাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দুই দুধৰ্ষ ডকাইতে। ইতিমধ্যে বহুকেইটা অপৰাধজনিত ঘটনাত জড়িত ফজল হক আৰু জাকিৰ। এই ঘটনাৰ পিছতে গুলীবিদ্ধ ফজল আৰু জাকিৰক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|