মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»হাজোৰ বাগটাত ৰাইজৰ ৰোষত ২ ড্ৰাগছ সৰবৰাহকাৰী ! ৰাইজে হেৰ'ইন-নগদ ধনসহ ধৰি দুয়োকে চমজাই দিলে আৰক্ষীক...

হাজোৰ বাগটাত ৰাইজৰ ৰোষত ২ ড্ৰাগছ সৰবৰাহকাৰী ! ৰাইজে হেৰ'ইন-নগদ ধনসহ ধৰি দুয়োকে চমজাই দিলে আৰক্ষীক...

News18 Assam | News18-Assam
Updated:July 21, 2021, 3:30 PM IST
হাজোৰ বাগটাত ৰাইজৰ ৰোষত ২ ড্ৰাগছ সৰবৰাহকাৰী ! ৰাইজে হেৰ'ইন-নগদ ধনসহ ধৰি দুয়োকে চমজাই দিলে আৰক্ষীক...
এটাৰ পিছত আনটো ড্ৰাগছ মাফিয়া জালত পৰিছে হাজো আৰক্ষীৰ। এইবাৰ ৰাইজৰ ৰোষত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী। হাজোৰ বাগটাত সংঘটিত হৈছে এই ঘটনা।

এটাৰ পিছত আনটো ড্ৰাগছ মাফিয়া জালত পৰিছে হাজো আৰক্ষীৰ। এইবাৰ ৰাইজৰ ৰোষত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী। হাজোৰ বাগটাত সংঘটিত হৈছে এই ঘটনা।

  • Share this:
এটাৰ পিছত আনটো ড্ৰাগছ মাফিয়া জালত পৰিছে হাজো আৰক্ষীৰ। এইবাৰ ৰাইজৰ ৰোষত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী। হাজোৰ বাগটাত সংঘটিত হৈছে এই ঘটনা।

১৫ গ্ৰাম হেৰʼইন আৰু নগদ প্ৰায় ১০হাজাৰ টকা উদ্ধাৰ হৈছে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা। ৰাইজৰ ৰোষত পৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা হাজোৰ বৰুৱাবাৰীৰ ভৃগু দাস আৰু অভিজিত কলিতা। লগতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা AS01-EB-2787 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰিছে ৰাইজে। ৰাইজে দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি ইতিমধ্যে হাজো আৰক্ষীক গতাই দিছে।



আৰক্ষীৰ সমানে এতিয়া হাজোৰ সাধাৰণ ৰাইজে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে এনেদৰে জেহাদ ঘোষণা কৰিছে।হাজো আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক অব্যাহত ৰাখিছে মাৰাথান জেৰা।
Published by: Kokil Sarma
First published: July 21, 2021, 3:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি