உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • হাইলাকান্দিত উদ্ধাৰ বুজন পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী ! বোমা নিৰ্মাণৰ সামগ্ৰীসহ গ্ৰেপ্তাৰ এজনক ...

    হাইলাকান্দিত উদ্ধাৰ বুজন পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী ! বোমা নিৰ্মাণৰ সামগ্ৰীসহ গ্ৰেপ্তাৰ এজনক ...

    হাইলাকান্দি জিলাত (Hailakandi) আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বুধবাৰে বিয়লি হাইলাকান্দি আৰক্ষীয়ে জিলাখনৰ পাচগ্ৰাম এলেকাত অভিযানকালত লুকুৱাই ৰখা অৱস্থাৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ  জিলেটিন ষ্টিক আৰু ডিটৰনেটৰ ।

    • Share this:
    হাইলাকান্দি জিলাত (Hailakandi) আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বুধবাৰে বিয়লি হাইলাকান্দি আৰক্ষীয়ে জিলাখনৰ পাচগ্ৰাম এলেকাত চলায় এক বৃহৎ অভিযান । এই অভিযানকালত লুকুৱাই ৰখা অৱস্থাৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ  জিলেটিন ষ্টিক আৰু ডিটৰনেটৰ ।

    উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে ৬০ টা জিলোটিন ষ্টিক আৰু ৫৮ টা ডিটৰনেটৰ আৰু অনান্য বোমা নিৰ্মাণৰ সামগ্ৰী । পাঁচগ্ৰাম থানাৰ অন্তৰ্গত কাটাখাল বাইপাছ এলেকাত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে এই বিস্ফোৰক সামগ্ৰীসমূহ । ইপিনে, এই সন্দৰ্ভত মুহিবউদ্দিন লষ্কৰ নামৰ এগৰাকী ব্যক্তিক ইতিমধ্যে  গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । বৰ্তমান লোকজনক পাচগ্ৰাম আৰক্ষীয়ে সোধা-পোছা চলাইছে  । এই বিষ্ফোৰক সমূহ কি উদ্দেশ্যে অনা হৈছিল এই সমূহ দিশ আৰক্ষীয়ে অনুসন্ধান কৰিছে বুলি জনাইছে হাইলাকান্দিৰ অতিৰিক্ত অধীক্ষক নিৰ্মল ঘোষে ।
    Published by:Kokil Sarma
    First published: