মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Guwahati: ৰাজধানী মছজিদৰ দেৱদাৰু পথৰ ঘৰৰ ভিতৰতে চুৰিকাঘাটৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ...

Guwahati: ৰাজধানী মছজিদৰ দেৱদাৰু পথৰ ঘৰৰ ভিতৰতে চুৰিকাঘাটৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ...

ৰাজধানী মছজিদৰ দেৱদাৰু পথৰ ঘৰৰ ভিতৰতে চুৰিকাঘাটৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ পৰিয়ালৰ লোকে এতিয়ালৈ দিয়া নাই থানাত এজাহাৰ ৷ আজিৰ ভিতৰত পৰিয়ালে এজাহাৰ নিদিলে আৰক্ষীয় নিজাববীয়াকৈ ৰুজু কৰিব গোচৰ ৷

ৰাজধানী মছজিদৰ দেৱদাৰু পথৰ ঘৰৰ ভিতৰতে চুৰিকাঘাটৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ পৰিয়ালৰ লোকে এতিয়ালৈ দিয়া নাই থানাত এজাহাৰ ৷ আজিৰ ভিতৰত পৰিয়ালে এজাহাৰ নিদিলে আৰক্ষীয় নিজাববীয়াকৈ ৰুজু কৰিব গোচৰ ৷

  • Share this:
ৰাজধানী মছজিদৰ দেৱদাৰু পথৰ ঘৰৰ ভিতৰতে চুৰিকাঘাটৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ পৰিয়ালৰ লোকে এতিয়ালৈ দিয়া নাই থানাত এজাহাৰ ৷ আজিৰ ভিতৰত পৰিয়ালে এজাহাৰ নিদিলে আৰক্ষীয় নিজাববীয়াকৈ ৰুজু কৰিব গোচৰ ৷

বুধবাৰে নিশা বিধায়ক আবাসৰ নিচেই কাষতে থকা দেবদাৰু পথত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা ৷ ঘৰৰ ভিতৰতে দুৰ্বৃত্তই চুৰিকাঘাট কৰিছিল ব্যৱসায়ী অভিজিৎ শইকীয়াক ৷ ঘটনা পোহৰলৈ অহাৰ লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক অভিযোগ দিলে প্ৰাক্তন গাড়ী চালকে সংঘটিত কৰিলে এই ঘটনা ৷ কিন্তু ঘটনা ঘটি যোৱা ৩৬ ঘন্টা হোৱাৰ পিছতো কিন্তু পৰিয়ালৰ লোকে নাই দিয়া এজাহাৰ ৷ যাৰ বাবে আৰক্ষী পৰিছে বিপাঙত ৷ আজি যদি পৰিয়ালে এজাহাৰ নিদিয়ে তেন্তে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰমাণ পাইছে যে প্ৰাক্তন চালক এজনে সংঘটিত কৰিছিল এই ঘটনা ৷ লগতে আৰক্ষীৰ সন্দেহ এই ঘটনাত জড়িত থাকিব পাৰে  অন্য লোক ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি