உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • মহানগৰীৰ গড়চুকত গাঞ্জা সৰবৰাহকাৰী গ্ৰেপ্তাৰ ! বলেৰো বাহনত চেম্বাৰ বনাই সৰবৰাহ কৰিছিল গাঞ্জা ...

    মহানগৰীৰ গড়চুকত গাঞ্জা সৰবৰাহকাৰী গ্ৰেপ্তাৰ ! বলেৰো বাহনত চেম্বাৰ বনাই সৰবৰাহ কৰিছিল গাঞ্জা ...

    ৩৭  নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই গড়চুক আৰক্ষীয়ে জব্দ কৰে  ৩০ কেজি গাঞ্জা।আগৰতলাৰ পৰা বিহাৰলৈ লৈ গৈ থকা অৱস্থাত  JH 05 BR 2141 নম্বৰৰ বলেৰো বাহনখনৰ পৰা জব্দ কৰে গাঞ্জাখিনি ।

    • Share this:
    নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰী ডালে ডালে মহানগৰ আৰক্ষী পাতে পাতে। অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান। সৰবৰাহকাৰীয়ে সলনি কৰিছ কৌশল । ন ন কৌশলেৰে সৰবৰাহ কৰিছে গাঞ্জা।

    নিশা গড়চুক আৰক্ষীৰ অভিযানত পোহৰলৈ আহিল এই কথা। ৩৭  নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই গড়চুক আৰক্ষীয়ে জব্দ কৰে  ৩০ কেজি গাঞ্জা।আগৰতলাৰ পৰা বিহাৰলৈ লৈ গৈ থকা অৱস্থাত  JH 05 BR 2141 নম্বৰৰ বলেৰো বাহনখনৰ পৰা জব্দ কৰে গাঞ্জাখিনি । বাহনখনত সৰবৰাহকাৰীয়ে নতুন কৌশলেৰে আনিছিল গাঞ্জাখিনি । গাড়ীৰ তলত নতুন চেম্বাৰ বনাই ভিতৰত আনিছিল গাঞ্জাখিনি । চাৰ্ভিছ চেণ্টাৰত নি বাহনখন ডাঙি চেম্বাৰ কাটি উলিয়ায় গাঞ্জাখিনি। গ্ৰেপ্তাৰ কৰা  ধৃত সৰবৰাহকাৰীৰ ঘৰ মানকাছাৰত বুলি জানিব পৰা গৈছে।
    Published by:Kokil Sarma
    First published: