உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • পুনৰ গুৱাহাটীত প্ৰৱঞ্চনাৰ জাল ! ইভেণ্ট মেনেজমেণ্টৰ কাম দিয়াৰ নামত শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট এজন যুৱকৰ...

    পুনৰ গুৱাহাটীত প্ৰৱঞ্চনাৰ জাল ! ইভেণ্ট মেনেজমেণ্টৰ কাম দিয়াৰ নামত শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট এজন যুৱকৰ...

    পুনৰ গুৱাহাটীত প্ৰবঞ্চনাৰ জাল প্ৰবঞ্চকৰ । ইভেণ্ট মেনেজমেণ্টৰ কাম দিয়াৰ নামত শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট এজন যুৱকৰ। নুনমাটি থানাত এজাহাৰ দাখিল ভুক্ত ভোগী যুৱক যুৱতীৰ।

    • Share this:
    পুনৰ গুৱাহাটীত প্ৰবঞ্চনাৰ জাল প্ৰবঞ্চকৰ । ইভেণ্ট মেনেজমেণ্টৰ কাম দিয়াৰ নামত শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট এজন যুৱকৰ। নুনমাটি থানাত এজাহাৰ দাখিল ভুক্ত ভোগী যুৱক যুৱতীৰ।

    উল্লেখ্য যে মহানগৰীৰ কাহিলীপাৰাৰ নিবাসী পৰীক্ষিত গগৈ নামৰ এজন যুৱকে ইভেণ্ট মেনেজমেণ্টৰ নামত শিক্ষিত যুৱক যুৱতীক কাম দিয়াৰ বাবদ ধন লৈ প্ৰবঞ্চনাৰ জাল মেলি ধন সংগ্ৰহৰ অভিযোগ। ৰাণীস্থিত চাং ৰিজৰ্টত কাম দিয়াৰ বাবদ প্ৰতিজন প্ৰাৰ্থীৰ পৰা প্ৰৱঞ্চকজনে সংগ্ৰহ কৰিছিল প্ৰায় ১০০ ৰ পৰা ৪০০০ টকাকৈ । ধন লোৱাৰ পিছত কোনো কাম দিব পৰা নাছিল  প্ৰৱঞ্চক পৰীক্ষিত গগৈয়ে।ভুক্তভোগী যুৱক যুৱতীসকলে ৰাণীস্থিত চাং ৰিজৰ্টৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত তেওঁলোকৰ কোনো কাম নোহোৱা বুলি জানিবলৈ দিয়ে। প্ৰৱঞ্চনাৰ বলি হোৱা যুৱক যুৱতী সকলে ধন উভতাই বিচৰাত প্ৰৱঞ্চক পৰীক্ষিত গগৈয়ে ধন আজি দিম কালি দিম বুলি কৈ প্ৰৱঞ্চনা কৰি আছিল।  অৱশেষত মঙ্গলবাৰে ভুক্তভোগী যুৱক যুৱতী সকলে প্ৰৱঞ্চক পৰীক্ষিত গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে নুনমাটি আৰক্ষী থানাত।  উল্লেখ্য যে, পৰীক্ষিত গগৈয়ে  ফ্লাৱাৰ কাৱ নামৰ এটা কোম্পানীৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহৰ ফান্দ পাতিছিল।সমগ্ৰ  ঘটনা সন্দৰ্ভত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নুনমাটি থানাত ভাৰতীয় দণ্ড বিধিৰ ৪০৬/৪২০ নং ধাৰাৰ অধীনত ৭২০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
    Published by:Kokil Sarma
    First published: