உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Guwahati Firing Incident: ছাত্ৰীবাৰীৰ গুলীচালনাৰ ঘটনাক লৈ মুখ খুলিলে নিহতৰ পৰিয়ালে, আৰক্ষী তদন্তত অসন্তুষ্ট

    Guwahati Firing Incident: ছাত্ৰীবাৰীৰ গুলীচালনাৰ ঘটনাক লৈ মুখ খুলিলে নিহতৰ পৰিয়ালে, আৰক্ষী তদন্তত অসন্তুষ্ট

    Guwahati Firing Incident:

    Guwahati Firing Incident:

    Guwahati Firing Incident:

    • Share this:
    গুৱাহাটীৰ ছাত্ৰীবাৰীৰ গুলীচালনাৰ ঘটনাক লৈ পোন প্ৰথমবাৰৰ বাবে সংবাদমাধ্যমৰ আগত মুখ খুলিছে নিহত ব্যৱহায়ী অৱদেশ যাদৱৰ পৰিয়ালে। ৫দিন পিছতো হত্যাকাৰীৰ শুংশূত্ৰ উলিয়াব নোৱাৰা আৰক্ষীৰ তদন্তক লৈ সন্তষ্ট নহয় নিহত অৱদেশ যাদৱৰ পৰিয়াল ৷

    ৫ দিন ধৰি অপৰাধীৰ কোনো শুংসূত্ৰ নোপোৱাক লৈ ক্ষোভ অৱদেশৰ পৰিয়ালৰ। এতিয়া নিৰাপত্তাহীনতাত ভূগিছে অৱদেশৰ পৰিয়াল ৷

    পৰয়ালটোৰ অভিযোগ যে ঘটনাৰ দিনাৰ পৰা আজি পৰ্যন্ত কোনো খবৰ নাই আৰক্ষীৰ ৷

    অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰা দাবী তুলিছে পৰিয়ালটোৱে ৷

    উল্লেখ্য যে ২২ ফেব্ৰুৱাৰীৰ সন্ধিয়া ছাত্ৰীবাৰীত নিজ ঘৰৰ সমীপতে বাইকত অহা দুই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে অৱদেশ যাদৱক। হত্যাকাৰীৰ বাইকখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল। আৰু দৰঙৰ পৰা বাইকখনৰ মালিকসহ দুই যুৱককো গ্ৰপ্তাৰ কৰিছিল। ইয়াৰ পিছত আৰক্ষীয়ে কোনো ধৰণৰ অগ্ৰগতি লাভ কৰা নাই বুলি অভিযোগ কৰে পৰিয়ালটোৱে।
    Published by:Manjumoni Borah
    First published: