• Home
  • »
  • News
  • »
  • crime
  • »
  • আজি আদালতত হাজিৰ কৰোৱা হ’ব গুৱাহাটীত দুৰ্ঘটনা সংঘটিত কৰা মডেলক, নিশা ৰখা হয় দিছপুৰ থানাত

আজি আদালতত হাজিৰ কৰোৱা হ’ব গুৱাহাটীত দুৰ্ঘটনা সংঘটিত কৰা মডেলক, নিশা ৰখা হয় দিছপুৰ থানাত

জিএমচিএইচৰ মেডিকেল ব’ৰ্ডে বুধবাৰে জিএনআৰচিত উপস্থিত হৈ ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰাত ওলাই পৰে যে ৰাজকন্যাৰ কোনো ধৰণৰ অসুস্থতা নাই।

  • Share this:
আজি আদালতত হাজিৰ কৰোৱা হ’ব ৰাজকন্যা বৰুৱাক। নিশা দিছপুৰ থানাতে ৰখা হয় মডেলগৰাকীক। বুধবাৰে জি এন আৰ চিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল গুৱাহাটীত শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠা মডেল ৰাজকন্যাক।

উল্লেখযোগ্য অসুস্থতাৰ দোহাই দি জি এন আৰ চিৰ আই চি ইউত ভৰ্তি হৈ আছিল ৰাজকন্যা। কিন্তু জিএমচিএইচৰ মেডিকেল ব’ৰ্ডে বুধবাৰে জিএনআৰচিত উপস্থিত হৈ ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰাত ওলাই পৰে যে ৰাজকন্যাৰ কোনো ধৰণৰ অসুস্থতা নাই। তাৰ পিছতে দিছপুৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে মডেলগৰাকীক।
Published by:Sanjay Kumar Das
First published: