গুৱাহাটী ৰে'লৱে ষ্টেচনত GRPৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাস আৰু RPF পৰিদৰ্শক খগেন বসুমতাৰীৰ নেতৃত্বত যুটীয়া অভিযানত জব্দকৃত গাঞ্জাখিনিৰ ওজন ১০ কেজি আৰু জব্দকৃত গাঞ্জাখিনিৰ মূল্য কেইবালক্ষ টকা হ'ব বুলি ধাৰণা কৰা হৈছে।
গুৱাহাটী ৰে'লৱে ষ্টেচনত GRPৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাস আৰু RPF পৰিদৰ্শক খগেন বসুমতাৰীৰ নেতৃত্বত যুটীয়া অভিযানত জব্দকৃত গাঞ্জাখিনিৰ ওজন ১০ কেজি আৰু জব্দকৃত গাঞ্জাখিনিৰ মূল্য কেইবালক্ষ টকা হ'ব বুলি ধাৰণা কৰা হৈছে।
ৰাজ্যত এতিয়াও অব্যাহত আছে নিষিদ্ধ গাঞ্জাৰ অবৈধ ব্যৱসায়। এইবাৰ ৰে'ল ষ্টেচনক গাঞ্জা সৰবৰাহৰ কৰিডৰ হিচাপে বাচি লৈছে দুৰ্বৃত্তই। তাৰেই পুনৰ প্ৰতিফলন ঘটিল গুৱাহাটী ৰে'ল ষ্টেচনত। জানিব পৰা মতে, ষ্টেচনটোত দেওবাৰে দুপৰীয়া ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত ৩ নং প্লেটফৰ্মত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা।
আগৰতলা-বাংগালোৰ হামচফৰ এক্সপ্ৰেছৰ পৰা জব্দ গাঞ্জাখিনি। উল্লেখ্য যে, গুৱাহাটী ৰে'লৱে ষ্টেচনত GRPৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাস আৰু RPF পৰিদৰ্শক খগেন বসুমতাৰীৰ নেতৃত্বত যুটীয়াভাৱে চলিছিল অভিযান। জব্দকৃত গাঞ্জাখিনি ১০ কেজি আৰু জব্দকৃত গাঞ্জাখিনিৰ মূল্য কেইবালক্ষ টকা হ'ব বুলি ধাৰণা কৰা হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
মন কৰিবলগীয়া কথা যে, গাঞ্জাখিনিৰ সৈতে কোনো লোকক আটক হোৱা নাই। ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে অব্যাহত ৰাখিছে নিজৰ তদন্ত।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|