মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Drugs Seized : অসম-পশ্চিম বংগ সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গোলকগঞ্জত ড্ৰাগছসহ গ্ৰেপ্তাৰ পাঁচজন।

Drugs Seized : অসম-পশ্চিম বংগ সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গোলকগঞ্জত ড্ৰাগছসহ গ্ৰেপ্তাৰ পাঁচজন।

News18 Assam | News18-Assam
Updated:June 21, 2021, 7:29 PM IST
Drugs Seized : অসম-পশ্চিম বংগ সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গোলকগঞ্জত ড্ৰাগছসহ গ্ৰেপ্তাৰ পাঁচজন।
আৰক্ষীয়ে  আনোৱাৰ শ্বেখ, নছেৰুদ্দিন, আলী হুছেইন, আব্দুল কৰিম আৰু মনোজ ৰায় নামৰ ড্ৰাগছ সৰবৰাহকাৰীকেইটাক আটক কৰে।

আৰক্ষীয়ে  আনোৱাৰ শ্বেখ, নছেৰুদ্দিন, আলী হুছেইন, আব্দুল কৰিম আৰু মনোজ ৰায় নামৰ ড্ৰাগছ সৰবৰাহকাৰীকেইটাক আটক কৰে।

  • Share this:
ৰাজ্যৰ মূখ্য মন্ত্ৰীগৰাকীয়ে ড্ৰাগছ নিৰ্মুুূলৰ বিশেষ আহ্বান জনোৱাৰ পিছতে অসম আৰক্ষীয়ে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে ৷ গোলকগঞ্জ আৰক্ষীয়েও অসম বংগ সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছে। অজি হালাকুৰাৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে পাঁচজনক ৷

ছাগলীয়াৰ পৰা হালাকুৰা অভিমুখে আহি থকা  AS-01-WB-2371 নম্বৰৰ বাহনখনত তালাচী চলোৱাৰ সময়তে উদ্ধাৰ হয় ড্ৰাগছখিনি ৷ সৰবৰাহকাৰীকেইটা গৰু ব্যবসায়ৰ লগতো জড়িত থকা বুলি জানিব দিছে আৰক্ষীয়ে।

আৰক্ষীয়ে  আনোৱাৰ শ্বেখ, নছেৰুদ্দিন, আলী হুছেইন, আব্দুল কৰিম আৰু মনোজ ৰায় নামৰ ড্ৰাগছ সৰবৰাহকাৰীকেইটাক আটক কৰাৰ লগতে ১২ গ্ৰাম ব্ৰাউন ছুগাৰ আৰু দুশটা নিচাযুক্ত টেৱলেট উদ্ধাৰ কৰে ৷ 
Published by: Manjumoni Borah
First published: June 21, 2021, 7:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি