• Home
  • »
  • News
  • »
  • crime
  • »
  • গোলাঘাটত পিষ্টলৰ উজান ! প্ৰতিদিনে উদ্ধাৰ হয় পিষ্টল, নিশা ২ যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে এটা 9MM পিষ্টল...

গোলাঘাটত পিষ্টলৰ উজান ! প্ৰতিদিনে উদ্ধাৰ হয় পিষ্টল, নিশা ২ যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে এটা 9MM পিষ্টল...

গোলাঘাটত দৈনিক উঠিছে পিষ্টলৰ উজান। মংগলবাৰে এৰেঙাপাৰাত এজন যুৱকৰ হাতৰ পৰা পিষ্টল উদ্ধাৰ হোৱাৰ পাছত পুনৰ যোৱা নিশা অৰ্থাৎ বুধবাৰে নিশা কছাৰীহাটত দুই যুৱকৰ পৰা উদ্ধাৰ এটা 9mm পিষ্টল। 

  • Share this:

কছাৰীহাটৰ ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইন নামৰ দুই ভাতৃয়ে নিজৰ এখন ব্ৰয়লাৰৰ দোকানত লুকুৱাই ৰাখিছিল পিষ্টলটো।গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্ব গোলাঘাট আৰক্ষীৰ এটা দলে এক গোপন সুত্ৰৰ পম খেদি উদ্ধাৰ কৰে পিষ্টলটো। পিষ্টলটোৰ সৈতে ২ জাঁই সজীৱ 9mm গুলী আৰু ১০ জাঁই সজীৱ .22 গুলী উদ্ধাৰ কৰা হয়। সম্প্ৰতি দুই ভাতৃ ক্ৰমে ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইন গোলাঘাট আৰক্ষীৰ জিম্মাত।
Published by:Kokil Sarma
First published: