সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ গাঞ্জাসহ এজনক আটক। আৰক্ষী আৰু চি আৰ পি এফৰ যুটিয়া অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ গাঞ্জা।
সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ গাঞ্জাসহ এজনক আটক। আৰক্ষী আৰু চি আৰ পি এফৰ যুটিয়া অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ গাঞ্জা।
সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ গাঞ্জাসহ এজনক আটক। আৰক্ষী আৰু চি আৰ পি এফৰ যুটিয়া অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ গাঞ্জা। আটকাধীন লোক জনৰ নাম ৰোহিত তাঁতী।
আৰক্ষী আৰু চিআৰপিএফৰ অভিযানকাৰী দলে প্ৰায় ৮ কিলো. ৬০০ গ্ৰাম ওজনৰ গাঞ্জা উদ্ধাৰ কৰে লোকজনৰ পৰা। নামতোলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত ডেকা আৰু চি আৰ পি এফৰ এটা দলে টাওকাক অঞ্চলত গোপন তথ্যৰ ভিত্তিত গাঞ্জা সৰবৰাহ কৰা লোকজনক আটক কৰিবলৈ সক্ষম হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|