• Home
  • »
  • News
  • »
  • crime
  • »
  • Thief Arrested : ছুইফট ডিজায়াৰত উদ্ধাৰ চুৰি ছাগলী, হোজাইত আৰক্ষীৰ জালত ছাগলী চোৰৰ গেং

Thief Arrested : ছুইফট ডিজায়াৰত উদ্ধাৰ চুৰি ছাগলী, হোজাইত আৰক্ষীৰ জালত ছাগলী চোৰৰ গেং

ধৃত ছাগলী চোৰ তিনিটাৰ পৰা AS-01-AY-2269 নম্বৰৰ  ছুইফট ডিজায়াৰ গাড়ী এখনো আৰক্ষীয়ে জব্দ কৰিছে। এই গাড়ীখনৰ পৰা উদ্ধাৰ কৰে এটা  ছাগলী।

  • Share this:
হোজাইত  আজি আবেলি যমুনামুখ আৰক্ষীৰ অভিযানত এখন বাহনসহ গ্ৰেপ্তাৰ কৰা হৈছে ছাগলী চোৰ গেঙৰ তিনি সদস্য। যমুনামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া  বদন বৰাই  লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত ঢেকেৰুৱা গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনিটা ছাগলী চোৰক । ধৃত ছাগলী চোৰ কেইটা হৈছে বৰপেটাৰ মুজাম্মিল হক, খাইৰুল ইছলাম আৰু গুৱাহাটীৰ হাফিজ আলী।

ধৃত ছাগলী চোৰ তিনিটাৰ পৰা AS-01-AY-2269 নম্বৰৰ  ছুইফট ডিজায়াৰ গাড়ী এখনো আৰক্ষীয়ে জব্দ কৰিছে। এই গাড়ীখনৰ পৰা উদ্ধাৰ কৰে এটা  ছাগলী। উল্লেখ্য যে ধৃত চোৰ কেইটাই পদপথৰ পৰাই ছাগলী চুৰি কৰি গাড়ীত উঠাই লৈ যায় বুলিও আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।

কিছুদিন ধৰি  চক্ৰটোৱে হোজাইৰ বিভিন্ন স্থানত সংঘটিত কৰিছিল ছাগলী চুৰিৰ ঘটনা।
Published by:Manjumoni Borah
First published: