• Home
  • »
  • News
  • »
  • crime
  • »
  • গড়চুক আৰক্ষীৰ জালত মোবাইল ফোন চুৰ কৰা এটা গেঙৰ পাঁচজন

গড়চুক আৰক্ষীৰ জালত মোবাইল ফোন চুৰ কৰা এটা গেঙৰ পাঁচজন

Representative Image

Representative Image

অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

  • Share this:
গড়চুক আৰক্ষী আৰু এছ অ' জিৰ সফল অভিযান। কটাহবাৰীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰা আৰু মোবাইল ফোন চুৰ কৰা এটা গেঙৰ পাঁচজনক।

আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী আৰু চোৰকেইজনৰ নাম মোবাৰক হুছেইন, ওমৰ আলী, ছফিকুল আলী, নেকিব আলী আৰু হৰেন খণ্ডকাৰ।

ধৃত গেঙৰ পৰা ৭টা ম'বাইল ফোন, ২৬টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ২০টা কৰেক্স বটল আৰু এখন স্কুটী বাহন জব্দ কৰিছে। অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি