• Home
  • »
  • News
  • »
  • crime
  • »
  • Firing Incident in Dhekiajuli : গণৰাজ্যৰ দিৱসৰ কটকটীয়া নিৰাপত্তাৰ মাজতে ঢেকীয়াজুলিত গুলীচালনা

Firing Incident in Dhekiajuli : গণৰাজ্যৰ দিৱসৰ কটকটীয়া নিৰাপত্তাৰ মাজতে ঢেকীয়াজুলিত গুলীচালনা

দুখন বাইকত আহিছিল ৫জনীয়া দুৰ্বৃত্তৰ দল। গুলীচালনাত বাঁওহাতত গুলী লাগিছে নিভাজ কৰ্মকাৰৰ। 

দুখন বাইকত আহিছিল ৫জনীয়া দুৰ্বৃত্তৰ দল। গুলীচালনাত বাঁওহাতত গুলী লাগিছে নিভাজ কৰ্মকাৰৰ। 

দুখন বাইকত আহিছিল ৫জনীয়া দুৰ্বৃত্তৰ দল। গুলীচালনাত বাঁওহাতত গুলী লাগিছে নিভাজ কৰ্মকাৰৰ। 

  • Share this:

গণৰাজ্যৰ দিৱসৰ কটকটীয়া নিৰাপত্তাৰ মাজতে দুৰ্বৃত্তৰ গুলীত গুলীবিদ্ধ এজন লোক।
গুলীবিদ্ধ হয় গহণা ব্যৱসায়ী নিভাজ কৰ্মকাৰ।


এই ঘটনা ঢেকীয়াজুলিৰ। দোকানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে ব্যৱসায়ীজনক দুৰ্বৃত্তই গুলীচালনা কৰে। দুৰ্বৃত্তই লোকজনৰ পৰা ধন দাবী কৰে আৰু নিদিলে গুলীচালনা কৰিম বুলি সকীয়াই দিয়ে।


এনে অৱস্থাত লোকজনে হাতত ধনা নাই বুলি কোৱাৰ পিছতে গুলীচালনা কৰে দুৰ্বৃত্তই। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত গুলীচালনাৰ ঘটনাত ৩ৰ পৰা ৪ জাঁই গুলী চলাই বুলি জানিব পৰা গৈছে।


দুখন বাইকত আহিছিল ৫জনীয়া দুৰ্বৃত্তৰ দল। গুলীচালনাত বাঁওহাতত গুলী লাগিছে নিভাজ কৰ্মকাৰৰ। আহত ব্যৱসায়ীজনক ভৰ্তি কৰোৱা হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি