
West Bengal|ED Raid: শুকুৰবাৰে পুৱাৰ পৰা পাৰ্থ চেটাৰ্জীৰ ঘৰতো তালাচী চলাইছিল ইডিয়ে। ইয়াৰ পিছতে অসুস্থ হৈ পৰিছিল পাৰ্থ চেটাৰ্জী।
West Bengal|ED Raid: শুকুৰবাৰে পুৱাৰ পৰা পাৰ্থ চেটাৰ্জীৰ ঘৰতো তালাচী চলাইছিল ইডিয়ে। ইয়াৰ পিছতে অসুস্থ হৈ পৰিছিল পাৰ্থ চেটাৰ্জী।
শুকুৰবাৰে ইডি (Enforcement Directorate)য়ে পশ্চিমবংগ বিদ্যালয় সেৱা আয়োগ আৰু পশ্চিমবংগ প্ৰাথমিক শিক্ষা ব’ৰ্ডত নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত বিভিন্ন চৌহদত অনুসন্ধান অভিযান (ED Raid) চলাই বিশাল পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।
তালাচীৰ কালছোৱাত ইডিয়ে পশ্চিমবংগ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী (Partha Chatterjee)ৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ আৱাসিক চৌহদৰ পৰা প্ৰায় ২০ কোটি টকা নগদ ধন উদ্ধাৰ কৰিছে ৷
![]()
উল্লেখ্য যে শুকুৰবাৰে পুৱাৰ পৰা পাৰ্থ চেটাৰ্জীৰ ঘৰতো তালাচী (ED Search Operation) চলাইছিল ইডিয়ে। ইয়াৰ পিছতে অসুস্থ হৈ পৰিছিল পাৰ্থ চেটাৰ্জী।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|