
জব্দ ড্ৰাগছখিনিৰ ওজন ১৫৫ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ৩২ লক্ষাধিক টকা হ’ব বুলি অনুমান।
জব্দ ড্ৰাগছখিনিৰ ওজন ১৫৫ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ৩২ লক্ষাধিক টকা হ’ব বুলি অনুমান।
চিৰাঙত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ বিজনীৰ কাউৱাটিকাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ছানোৱাৰ ৰহমান নামৰ লোকজনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে তিনি পেকেট ড্ৰাগছ জব্দ কৰে ৷
জব্দ ড্ৰাগছখিনিৰ ওজন ১৫৫ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ৩২ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। অভিযানকাৰী আৰক্ষী দলে AS-26-B-7976 নম্বৰৰ এখন টিভিএছ আপাচে বাইক জব্দ কৰে। অৱশ্য ড্ৰাগছ ব্যৱসায়ী ছানোৱাৰ ৰহমানে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|