
হেৰ'ইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীক। ধৃত ড্ৰাগছ ব্যৱসায়ী জনৰ নাম সূৰ্য্য কুমাৰ শৰ্মা ওৰফে চিন্টু বুলি জানিব পৰা গৈছে।ড্ৰাগছ পেডলাৰজনৰ ঘৰ কমলপুৰত ।
হেৰ'ইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীক। ধৃত ড্ৰাগছ ব্যৱসায়ী জনৰ নাম সূৰ্য্য কুমাৰ শৰ্মা ওৰফে চিন্টু বুলি জানিব পৰা গৈছে।ড্ৰাগছ পেডলাৰজনৰ ঘৰ কমলপুৰত ।
অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। মহানগৰীত তৎস্বতেও ড্ৰাগছে পেডলাৰে কৰি গৈছে বেহা।নিশা বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ নিষিদ্ধ হেৰ'ইন।
হেৰ'ইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীক। ধৃত ড্ৰাগছ ব্যৱসায়ী জনৰ নাম সূৰ্য্য কুমাৰ শৰ্মা ওৰফে চিন্টু বুলি জানিব পৰা গৈছে।ড্ৰাগছ পেডলাৰজনৰ ঘৰ কমলপুৰত । নিশা আৰক্ষীয়ে সাউকুছিৰ হকী ষ্টেডিয়ামৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত ড্ৰাগছ ব্যৱসায়ীকমজনক। পেডলাৰজনৰ পৰা জব্দ কৰে ১০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ মোবাইল ফোন।অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|