• Home
  • »
  • News
  • »
  • crime
  • »
  • দিছপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক ঋষি ৰাজখোৱা ! ৩টাকৈ ট্ৰেভেল এজেঞ্চীক প্ৰৱঞ্চনা কৰি জালত ঋষি ৰাজখোৱা ...

দিছপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক ঋষি ৰাজখোৱা ! ৩টাকৈ ট্ৰেভেল এজেঞ্চীক প্ৰৱঞ্চনা কৰি জালত ঋষি ৰাজখোৱা ...

দিছপুৰ আৰক্ষীয়ে নগাওঁ কামপুৰৰ বিভিন্ন অঞ্চলৰ পৰা ৯খন গাড়ী উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক ঋষি ৰাজখোৱাক ৷ ৰাজখোৱাক দিছপুৰ অৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷

  • Share this:
মহানগৰীৰ ৩টাকৈ ট্ৰেভেল এজেঞ্চী ক্ৰমে Self drive agency ,go easy tour and travel আৰু pic car.ৰ পৰা গাড়ী ভাড়াত লৈছিল নগাওঁ কামপুৰৰ  যুৱক ঋষি ৰাজখোৱাই ৷ ৩টাকৈ এজেঞ্চীৰ পৰা লোৱা ভাড়া গাড়ী সমূহ ঋষি ৰীজখোৱাই নিজৰ বাহন বুলি কৈ আন গ্ৰাহকক ভাড়া দিয়াৰ লগতে বহুকেইখন বাহন বন্ধকত ৰাখিছিল ৷ আনকি এখন বাহন ঋষি ৰাজখোৱাই বিক্ৰী কৰিছিল নিজৰ পৰিয়ালৰ লোককে ৷ বিগত প্ৰায় কেইমাহমান ধৰি ৩টা এজেঞ্চীৰ পৰা লোৱা বাহনৰ বাবদ দিবলগীয়া ধন ঘূৰাই দিয়া দিয়া নাছিল ঋষি ৰাজখোৱাই ৷ অৱশেষত এজেঞ্চী কেইটাৰ গৰাকী কাষ চাপিছিল দিছপুৰ আৰক্ষীৰ ৷ দিছপুৰ আৰক্ষীয়ে নগাওঁ কামপুৰৰ বিভিন্ন অঞ্চলৰ পৰা ৯খন গাড়ী উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক ঋষি ৰাজখোৱাক ৷ কিন্ত এই পৰ্যন্ত উদ্ধাৰ হোৱা ৱাই এখন বাহন। নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ গৈ প্ৰৱঞ্চক ঋষি ৰাজখোৱাই সংবাদ মাধ্যমকো দিলে ধমক ৷ইপিনে প্ৰৱঞ্চক ঋষি ৰাজখোৱাক দিছপুৰ অৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি