মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »নগাঁৱত ধৰা পৰা 'ব্ৰয়লাৰ'ক এইবাৰ হোজাই আৰক্ষীৰ মাৰাথন জেৰা ! ৪ দিনৰ জেৰাত বহু ৰহস্য উন্মোচনৰ সম্ভাৱনা...

নগাঁৱত ধৰা পৰা 'ব্ৰয়লাৰ'ক এইবাৰ হোজাই আৰক্ষীৰ মাৰাথন জেৰা ! ৪ দিনৰ জেৰাত বহু ৰহস্য উন্মোচনৰ সম্ভাৱনা...

হোজাই আৰু নগাঁও জিলাত ডকাইতিৰে ত্ৰাস চলোৱা ব্ৰয়লাৰ ওৰফে ইজ্জত আলীক নগাঁৱৰ আনন্দ মিশ্ৰ বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত নগাঁও আৰক্ষীয়ে কেইবাদিন ধৰি জেৰা চলোৱাৰ পিছত আদালতত হাজিৰ কৰি প্ৰেৰণ কৰিছিল জেললৈ। কিন্তু এইবাৰ ব্ৰয়লাৰক আনিলে হোজাই আৰক্ষীয়ে।

  • Share this:

হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত হোজাই থানাৰ টাউন উপ পৰিদৰ্শক বদন বৰাই নগাঁও জেলত থকা ব্ৰয়লাৰ সহ দুই অপৰাধীক চাৰিদিনৰ বাবে আনিছে জিম্মাত। হোজাইত ২০১৯ আৰু ২০২০ চনত পিষ্টল দেখুৱাই সংঘটিত কৰা  বৃহৎ পৰিমানৰ ধন লুটৰ ঘটনাত জেৰা চলাবলৈ অপৰাধী দুটাক আৰক্ষীয়ে আনিছে চাৰি দিনৰ জিম্মাত। হোজাই আৰক্ষীয়ে চাৰিদিন জিম্মাত অনা কুখ্যাত অপৰাধী দুটা হৈছে ব্ৰয়লাৰ ওৰফে ইজ্জত আলী আৰু চাইদুল ইছলাম।সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা অপৰাধী দুটাক আৰক্ষীয়ে চলাই  আছে মাৰাথন জেৰা।

শেহতীয়া বাতৰি