• Home
  • »
  • News
  • »
  • crime
  • »
  • মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত গৰুৰ ছিণ্ডিকেট ! বৰপেটা আৰক্ষীৰ অভিযানত জব্দ ২০ টাকৈ চোৰাং গৰু...

মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত গৰুৰ ছিণ্ডিকেট ! বৰপেটা আৰক্ষীৰ অভিযানত জব্দ ২০ টাকৈ চোৰাং গৰু...

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰুৰ ছিণ্ডিকেট ৷শুক্ৰবাৰে বৰপেটা আৰক্ষীৰ অভিযানত জব্দ ২০ টাকৈ চোৰাং গৰু ৷ ইপিনে গৰু চিণ্ডিকেট চক্ৰৰে জৰিত ৭ জন লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

  • Share this:
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰুৰ ছিণ্ডিকেট ৷শুক্ৰবাৰে বৰপেটা আৰক্ষীৰ অভিযানত জব্দ ২০ টাকৈ চোৰাং গৰু ৷ দুখন বাহনত বৰপেটাৰ ভৈৰাগুৰিৰ পৰা গুৱাহাটীৰ কাহিলীপাৰালৈ লৈ গৈ থকা অৱস্থাত গহিয়াত গৰু কেইটা জব্দ কৰে আৰক্ষীয়ে ৷ ইপিনে গৰু চিণ্ডিকেট চক্ৰৰে জৰিত ৭ জন লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোকসকল ক্ৰমে বৰপেটাৰ বাৰেক আলী, নগাঁও ৰূপহীহাটৰ তাইজুদ্দিন, নগাঁৱৰ নেকিবুৰ ৰহমান, নলবাৰীৰ মুকালমুৱাৰ চাহাবুদ্দিন আহমেদ, বৰপেটাৰ বাবুল আলী, জয়নাল আলী আৰু ফুলচান আলী ৷ গৰুৰ চোৰাং বেহাৰ সৈতে জৰিত সকলৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইপিনে জব্দ কৰা গৰু কেইটা হাউলী পশুপালন বিভাগৰ তত্বাৱধানত ৰখা হৈছে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি