• Home
  • »
  • News
  • »
  • crime
  • »
  • মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে চাৰ্জশ্বীট আৰক্ষীৰ ! চাৰ্জশ্বীট দিয়া বাবে উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যাই...

মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে চাৰ্জশ্বীট আৰক্ষীৰ ! চাৰ্জশ্বীট দিয়া বাবে উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যাই...

Rajkanya Baruah

Rajkanya Baruah

মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে চাৰ্জশ্বীট আৰক্ষীৰ। দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰা গোচৰত চাৰ্জশ্বীট দিলে আৰক্ষীয়ে। আজি ৰাজকন্যাৰ জামিন আবেদনৰ শুনানিৰ সময়ত আদালক চৰকাৰী পক্ষই দিয়ে এই তথ্য।

  • Share this:
মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে চাৰ্জশ্বীট আৰক্ষীৰ। দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰা গোচৰত চাৰ্জশ্বীট দিলে আৰক্ষীয়ে। আজি ৰাজকন্যাৰ জামিন আবেদনৰ শুনানিৰ সময়ত আদালক চৰকাৰী পক্ষই দিয়ে এই তথ্য। উচ্চ ন্যায়ালয়ে গোচৰটো ক্লজ কৰি জামিনৰ শুনানিৰ বাবে নিম্ন আদালতলৈ প্ৰেৰণ কৰে। চাৰ্জশ্বীট দিয়া বাবে উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যাই।
Published by:Kokil Sarma
First published: