বঙাইগাঁৱত ড্ৰাগছসহ আটক এজন ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন হাফিজ আব্দুলা আলী ৷ গোপন সুত্ৰৰ পোম খেদি গ্ৰাহকৰ বেশত যোৱা অভিযানকাৰী আৰক্ষী দলে বাৰ গ্ৰাম ড্ৰাগছসহ লোকজনক আটক কৰে ৷
বঙাইগাঁৱত ড্ৰাগছসহ আটক এজন ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন হাফিজ আব্দুলা আলী ৷ গোপন সুত্ৰৰ পোম খেদি গ্ৰাহকৰ বেশত যোৱা অভিযানকাৰী আৰক্ষী দলে বাৰ গ্ৰাম ড্ৰাগছসহ লোকজনক আটক কৰে ৷
ৰাজ্যত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। বঙাইগাঁৱত ড্ৰাগছসহ আটক এজন ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন হাফিজ আব্দুলা আলী ৷ গোপন সুত্ৰৰ পোম খেদি গ্ৰাহকৰ বেশত যোৱা অভিযানকাৰী আৰক্ষী দলে বাৰ গ্ৰাম ড্ৰাগছসহ লোকজনক আটক কৰে ৷
মানিকপুৰ থানাৰ অন্তৰ্গত শালমাৰাৰ আব্দুলা আলীয়ে গুজৰাটৰ পৰা হাফিজ ডিগ্ৰীধাৰী বুলি জানিব পৰা গৈছে ৷ ধৃত লোকজনে মাণিকপুৰৰ হাফিজ জিয়াউল হকৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰা বুলি জানিব দিছে ৷ লোকজনৰ পৰা ড্ৰাগছৰ লগতে এখন বাইক আৰু দুটা মোবাইল আৰক্ষীয়ে জব্দ কৰিছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|