உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী আব্দুল্লা ! গ্ৰাহকৰ বেশত আৰক্ষীয়ে চলাইছিল অভিযান...

    বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী আব্দুল্লা ! গ্ৰাহকৰ বেশত আৰক্ষীয়ে চলাইছিল অভিযান...

    বঙাইগাঁৱত ড্ৰাগছসহ আটক এজন ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন হাফিজ আব্দুলা আলী ৷ গোপন সুত্ৰৰ পোম খেদি গ্ৰাহকৰ বেশত যোৱা অভিযানকাৰী আৰক্ষী দলে বাৰ গ্ৰাম ড্ৰাগছসহ লোকজনক আটক কৰে ৷

    • Share this:

    ৰাজ্যত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। বঙাইগাঁৱত ড্ৰাগছসহ আটক এজন ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন হাফিজ আব্দুলা আলী ৷ গোপন সুত্ৰৰ পোম খেদি গ্ৰাহকৰ বেশত যোৱা অভিযানকাৰী আৰক্ষী দলে বাৰ গ্ৰাম ড্ৰাগছসহ লোকজনক আটক কৰে ৷

    মানিকপুৰ থানাৰ অন্তৰ্গত শালমাৰাৰ আব্দুলা আলীয়ে গুজৰাটৰ পৰা হাফিজ ডিগ্ৰীধাৰী বুলি জানিব পৰা গৈছে ৷ ধৃত লোকজনে মাণিকপুৰৰ হাফিজ জিয়াউল হকৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰা বুলি জানিব দিছে ৷ লোকজনৰ পৰা ড্ৰাগছৰ লগতে এখন বাইক আৰু দুটা মোবাইল আৰক্ষীয়ে জব্দ কৰিছে ।
    Published by:Kokil Sarma
    First published: