বঙাইগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড। দোলাইগাঁৱৰ উজানপাৰাত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা এজনক ৷ নিহত লোকজনৰ নাম বাণীকান্ত বৈদ্য বুলি জানিব পৰা গৈছে ।

প্ৰাতঃ ভ্ৰমণৰ সময়ত প্ৰতিৱেশী গকুল ৰায়ে দাৰে ঘপিয়াই বাণীকান্ত বৈদ্যক হত্যা কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে গকুল ৰায়ক ৷ মাটি বাৰীৰ কাজিয়াক লৈ থকা সংঘাতৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|