உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Murder: বঙাইগাঁৱত প্ৰাতঃভ্ৰমণলৈ যাওতে চোকা অস্ত্ৰৰে ঘঁপিয়াই হত্যা এজন লোকক ...

    Murder: বঙাইগাঁৱত প্ৰাতঃভ্ৰমণলৈ যাওতে চোকা অস্ত্ৰৰে ঘঁপিয়াই হত্যা এজন লোকক ...

    বঙাইগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড। দোলাইগাঁৱৰ উজানপাৰাত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা এজনক ৷ নিহত লোকজনৰ নাম বাণীকান্ত বৈদ্য বুলি জানিব পৰা গৈছে ।

    • Share this:

    প্ৰাতঃ ভ্ৰমণৰ সময়ত প্ৰতিৱেশী গকুল ৰায়ে দাৰে ঘপিয়াই বাণীকান্ত বৈদ্যক হত্যা কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে গকুল ৰায়ক ৷ মাটি বাৰীৰ কাজিয়াক লৈ থকা সংঘাতৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
    Published by:Kokil Sarma
    First published: