বঙাইগাঁৱত (Bongaigaon) আৰক্ষীৰ অভিযান ৷ অভিযানকালত আটক দুজন ড্ৰাগছ (Drugs) সৰবৰাহকাৰী ৷ নিউ বঙাইগাঁৱৰ টুনীয়াপাৰৰ পৰা আটক দুয়োজন ড্ৰাগছ সৰবৰাহকাৰী ৷

ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম ছহিদুল ইছলাম আৰু মণিৰুল ইছলাম বুলি জানিব পৰা গৈছে ৷ দুয়োৰে পৰা আৰক্ষীয়ে ৬.০৯ মিলিগ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|