உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Drugs Seized: বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী ...

    Drugs Seized: বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী ...

    বঙাইগাঁৱত (Bongaigaon) আৰক্ষীৰ অভিযান ৷ অভিযানকালত আটক দুজন ড্ৰাগছ (Drugs) সৰবৰাহকাৰী ৷  নিউ বঙাইগাঁৱৰ টুনীয়াপাৰৰ পৰা আটক দুয়োজন ড্ৰাগছ সৰবৰাহকাৰী ৷

    • Share this:

    ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম ছহিদুল ইছলাম আৰু মণিৰুল ইছলাম বুলি জানিব পৰা গৈছে ৷ দুয়োৰে পৰা আৰক্ষীয়ে ৬.০৯ মিলিগ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Kokil Sarma
    First published: