உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ২ ড্ৰাগছ সৰবৰাহকাৰী ৰহিম আৰু চাইদুল ...

    বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ২ ড্ৰাগছ সৰবৰাহকাৰী ৰহিম আৰু চাইদুল ...

    ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। বঙাইগাঁৱৰ দনকিনামাৰীত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ দুজনক কৰায়ত্ত কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম ৰহিম বাদশ্বাহ(৩৬) আৰু চাইদুল ইছলাম (৩০)।

    • Share this:

    বঙাইগাঁও আৰক্ষীয়ে দুয়োৰে পৰা জব্দ কৰে ৩৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ । আনহাতে দুয়োৰে পৰা এএচ১৬ই২৬৬৭ নং এখন মটৰ চাইকেল এখনো আৰক্ষীয়ে জব্দ কৰে । বৰ্তমান বঙাইগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
    Published by:Kokil Sarma
    First published: