உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • বঙাইগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ২ সৰবৰাহকাৰী ৰাহুল আৰু দিলবাৰ্ট ...

    বঙাইগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ২ সৰবৰাহকাৰী ৰাহুল আৰু দিলবাৰ্ট ...

    বঙাইগাঁৱত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

    বঙাইগাঁৱত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

    বঙাইগাঁৱত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

    • Share this:
    বঙাইগাঁৱত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান ৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক ৷ তিনিটাকৈ সৰু বাকচত ৩৫.৪৯ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

    নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম হ'ল- ৰাহুল নাৰ্জাৰী আৰু দিলবাৰ্ট বসুমতাৰী ৷ দুয়োৰে ঘৰ কোকৰাঝাৰত ৷ আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও সদৰ থানাত ৷ ড্ৰাগছখিনি কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলখনত কঢ়িয়াই আনিছিল বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে জানিব দিছে ৷
    Published by:Kokil Sarma
    First published: