• Home
  • »
  • News
  • »
  • crime
  • »
  • বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ইউচুফ আলী, চাবোনৰ বাকচত লুকুৱাই ৰাখিছিল ড্ৰাগছ ...

বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ইউচুফ আলী, চাবোনৰ বাকচত লুকুৱাই ৰাখিছিল ড্ৰাগছ ...

ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান ।  বঙাইগাঁৱত খাৰিজা দোলাইগাঁৱত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৯০ গ্ৰাম ড্ৰাগছসহ এজনক আটক কৰে ৷ ধৃত লোকজন ইউচুফ আলী বুলি জানিব পৰা গৈছে ৷

  • Share this:
ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান ।  বঙাইগাঁৱত খাৰিজা দোলাইগাঁৱত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৯০ গ্ৰাম ড্ৰাগছসহ এজনক আটক কৰে ৷ ধৃত লোকজন ইউচুফ আলী বুলি জানিব পৰা গৈছে ৷ যুৱকজনে দীৰ্ঘ দিন ধৰি নিজ ঘৰৰ ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ খবৰ পাই আৰক্ষীয়ে অভিযান চলাইছিল ৷

চাবোনৰ বাকচৰ ভিতৰত এই ড্ৰাগছখিনি লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ যুৱকজনৰ পৰা দুটা মোবাইল আৰু পালছাৰ বাইক এখন জব্দ কৰে ৷ অৱশ্য ড্ৰাগছ ব্যৱসায়ত জৰিত আন এজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয় ৷ বঙাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা আৰু উত্তৰ বঙাইগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া থগিত দলেৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে সম্প্ৰতি অভিযান অব্যাহত ৰাখিছে ৷ জব্দকৃত ড্ৰাগছৰ মূল্য চাৰি লাখৰো অধিক হ’ব ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি