உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Drugs Seized: বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী ৰমজান ...

    Drugs Seized: বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী ৰমজান ...

    বঙাইগাঁও জিলাৰ গৰাইমাৰী বজাৰত সন্ধিয়া আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী এজনক কৰায়ত্ত কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন ৰমজান আলী (২৪) বুলি জানিব পৰা গৈছে। 

    • Share this:

    ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা সাতটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে ৷ বজাৰত যুৱকজনে ঘুৰি ফুৰাৰ সময়তে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Kokil Sarma
    First published: