বঙাইগাঁও জিলাৰ গৰাইমাৰী বজাৰত সন্ধিয়া আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী এজনক কৰায়ত্ত কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন ৰমজান আলী (২৪) বুলি জানিব পৰা গৈছে।

ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা সাতটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে ৷ বজাৰত যুৱকজনে ঘুৰি ফুৰাৰ সময়তে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|