• Home
  • »
  • News
  • »
  • crime
  • »
  • Bollywood Megastar's Son Detained With Drugs : বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে মুম্বাইত গ্ৰেপ্তাৰ বলীউড মেগাষ্টাৰৰ পুত্ৰ, কোকেইন, হাছিছ জব্দ

Bollywood Megastar's Son Detained With Drugs : বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে মুম্বাইত গ্ৰেপ্তাৰ বলীউড মেগাষ্টাৰৰ পুত্ৰ, কোকেইন, হাছিছ জব্দ

কৰ্ডেলিয়া নামৰ ক্ৰুইজ জাহাজখনৰ পৰা মুম্বাই বন্দৰত অভিনেতাজনৰ পুত্ৰক গ্ৰেপ্তাৰৰ লগতে তেওঁৰ পৰা জব্দ হৈছে কোকেইন (cocaine), হাছিছ (hashish) আৰু MD নামৰ নিচাযুক্ত দ্ৰব্য।

  • Share this:
বলীউডৰ এজন মেগাষ্টাৰৰ পুত্ৰ গ্ৰেপ্তাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে। মুম্বাইত আজি এখন ক্ৰুইজ জাহাজত আন ১০জন লোকৰ সৈতে গ্ৰেপ্তাৰ হৈছে এইজন বলীউডৰ মেগাষ্টাৰৰ পুত্ৰ।   নাৰ্ক'টিক কণ্ট্ৰ'ল ব্যুৰো ( Narcotics Control Bureau (NCB)য়ে গ্ৰেপ্তাৰ কৰিছে মেগাষ্টাৰজনৰ পুত্ৰক।

কৰ্ডেলিয়া নামৰ ক্ৰুইজ (Cordelia cruise) জাহাজখনৰ পৰা মুম্বাই বন্দৰ (Mumbai Port)ত অভিনেতাজনৰ পুত্ৰক গ্ৰেপ্তাৰৰ লগতে তেওঁৰ পৰা জব্দ হৈছে কোকেইন (cocaine), হাছিছ (hashish) আৰু MD নামৰ নিচাযুক্ত দ্ৰব্য। এই পৰ্যন্ত মেগাষ্টাৰজনৰ বা তেওঁৰ পুত্ৰৰ নাম আনুষ্ঠআনিকভাৱে প্ৰকাশ কৰা নাই NCBয়ে।

কিছুদিন পূৰ্বে NCBয়ে গোৱাৰ পৰা অৰ্জূন ৰামপাল (Arjun Rampal)ৰ বন্ধু গেব্ৰিয়েলা ডিমিট্ৰিয়েছৰ ভায়েক দক্ষিণ আফ্ৰিকাৰ নাগৰিক এজিলিয়াওছ  ডিমিট্ৰিয়েছকো ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। যোৱা বছৰো এইজন লোকক বলীউড ড্ৰাগছ কাণ্ডত গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে কিছুদিন পূৰ্বে গুজৰাটৰ আদানী মুন্দ্ৰা বন্দৰ (Mundra Port)ত প্ৰায় ২১ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ হৈছিল।
Published by:Manjumoni Borah
First published: