মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Pornography Case: ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি...

Pornography Case: ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি...

Porn চলচ্চিত্ৰ নিৰ্মাণৰ বাবে গ্ৰেপ্তাৰ হোৱা উদ্যোগপতি ৰাজ কুন্দ্ৰাৰ (Raj Kundra) সমস্যা বৃদ্ধি পাইছে। শুকুৰবাৰে (23 July) মুম্বাই(Mumbai)ৰ এখন আদালতে তেওঁৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি কৰে।

Porn চলচ্চিত্ৰ নিৰ্মাণৰ বাবে গ্ৰেপ্তাৰ হোৱা উদ্যোগপতি ৰাজ কুন্দ্ৰাৰ (Raj Kundra) সমস্যা বৃদ্ধি পাইছে। শুকুৰবাৰে (23 July) মুম্বাই(Mumbai)ৰ এখন আদালতে তেওঁৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি কৰে।

  • Share this:
Porn চলচ্চিত্ৰ নিৰ্মাণৰ বাবে গ্ৰেপ্তাৰ হোৱা উদ্যোগপতি ৰাজ কুন্দ্ৰাৰ (Raj Kundra) সমস্যা বৃদ্ধি পাইছে। শুকুৰবাৰে (23 July) মুম্বাই(Mumbai)ৰ এখন আদালতে তেওঁৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি কৰে। তেওঁৰ সহকৰ্মী ৰিয়ান থৰ্পেও জিম্মাত থাকিব। ৰাজ কুন্দ্ৰাক বাইকুল্লা কাৰাগাৰৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল য'ত আদালতে আৰক্ষীৰ যুক্তি শুনি তেওঁৰ আৰক্ষীৰ জিম্মা আৰু ৫ দিনলৈ বৃদ্ধি কৰিছিল। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত পোহৰলৈ অহা এই গোচৰটোত এতিয়ালৈকে ৰাজ কুন্দ্ৰাকে ধৰি ১১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক আৰু সাত দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিবলৈ আদালতক দাবী জনাইছিল। আৰক্ষীয়ে আদালতক কৈছিল যে গোচৰটোত এতিয়াও অধিক তদন্ত আছে আৰু প্ৰমাণ আছে যাৰ বাবে তেওঁলোকক সময়ৰ প্ৰয়োজন।

শেহতীয়া বাতৰি