মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »বিজনীত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ, জব্দ ৫৩.৬ গ্ৰাম ড্ৰাগছ ...

বিজনীত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ, জব্দ ৫৩.৬ গ্ৰাম ড্ৰাগছ ...

বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক। ধৃত ড্ৰাগছ ব্যৱসায়ীজন বঙাইগাঁও জিলাৰ চাপৰাকাটাৰ প্ৰতাপ ৰায়।

  • Share this:
বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক। ধৃত ড্ৰাগছ ব্যৱসায়ীজন বঙাইগাঁও জিলাৰ চাপৰাকাটাৰ প্ৰতাপ ৰায়।

ধৃত যুৱকজনৰ পৰা ৪০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, এখন নম্বৰপ্লেট বিহীন স্কুটি, এটা মোবাইল ফোন জব্দ কৰে। জব্দকৃত ড্ৰাগছ সমূহৰ ওজন ৫৩.৬ গ্ৰাম বুলি আৰক্ষীয়ে জানিব দিছে।আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বিজনীৰ কাৱাটিকাৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে যুৱকজনক ।

শেহতীয়া বাতৰি