• Home
  • »
  • News
  • »
  • crime
  • »
  • ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ! ১০টা গৰুসহ বশিষ্ঠ আৰক্ষীৰ জালত ৪ সৰবৰাহকাৰী ...

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ! ১০টা গৰুসহ বশিষ্ঠ আৰক্ষীৰ জালত ৪ সৰবৰাহকাৰী ...

ৰাজ্যত অব্যাহত আছে গোধনৰ চোৰাং সৰবৰাহ। বশিষ্ঠ আৰক্ষীৰ অভিযানত ১০ টা গৰু, দুখন বাহন সহ গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী।

  • Share this:
ৰাজ্যত অব্যাহত আছে গোধনৰ চোৰাং সৰবৰাহ। বশিষ্ঠ আৰক্ষীৰ অভিযানত ১০ টা গৰু, দুখন বাহন সহ গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী।

মহানগৰীৰ মাজমজিয়াৰে অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। বশিষ্ঠ আৰক্ষীৰ অভিযানত পোহৰলৈ আহিল এই তথ্য। বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্পল গয়াৰীৰ নেতৃত্বত চলা তালাচী অভিযানত এই তথ্য আহিল পোহৰলৈ। ছয়গাও সোনতলী, আৰু দৰঙৰ পৰা  AS01MC1162.আৰু AS13AC3332 নম্বৰ টাটা ডিআই আৰু মহিন্দ্ৰা পিক আপ ভেনেৰে সৰবৰাহ কৰিছিল ১০ টা গৰু । গৰুৰ চোৰাং সৰবৰাহৰ লগত জৰিত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা চাৰি সৰবৰাহকাৰীৰ নাম আজগৰ আলী (হাতীগাঁও) পংকজ দাস (দৰং) মানিক আলী (ছয়গাঁও) জাহিদুল মিঞা (সোণতলী) । জন্তু সৰবৰাহ কৰা সময়ত মানি চলিবলগীয়া নিয়ম উলংঘা কৰিছিল সৰবৰাহকাৰীয়ে।একেখন বাহনত ৮ টা পৰ্যন্ত গৰু সৰবৰাহ কৰিছিল।
Published by:Kokil Sarma
First published: