বৰপেটাৰ হাউলীত হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ । হাউলীৰ মিনি চিমলা গাঁৱৰ পৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে হস্ত নিৰ্মিত পিষ্টলটো। আৰক্ষীয়ে পিষ্টলৰ লগতে আটক কৰিছে বিল্লাল হুছেইন নামৰ এগৰাকী যুৱকক ৷

হাউলীস্থিত CRPF দশম বেটেলিয়ানৰ সহযোগত হাউলী আৰক্ষীয়ে চলাইছিল এই অভিযান । এই অভিযানত যুৱকগৰাকীৰ নিজ বাসগৃহৰ পৰাই আৰক্ষীয়ে জব্দ কৰে হস্ত নিৰ্মিত পিষ্টলটো । নিশা ১ বজাত চলিছিল এই অভিযান ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|