বাইক বা গাড়ী নহয় , এইবাৰ সংঘটিত হ’ল ৰোলাৰ চুৰিকাণ্ড ৷ আঢ়ৈ মাহ পিছত উদ্ধাৰ হ'ল নলবাৰীৰ পৰা চুৰি ৰোলাৰ।
বাইক বা গাড়ী নহয় , এইবাৰ সংঘটিত হ’ল ৰোলাৰ চুৰিকাণ্ড ৷ আঢ়ৈ মাহ পিছত উদ্ধাৰ হ'ল নলবাৰীৰ পৰা চুৰি ৰোলাৰ।
বাইক বা গাড়ী নহয় , এইবাৰ পোহৰলৈ আহিছে ৰোলাৰ চুৰিৰ ঘটনা ৷ অভয়াপুৰীত উদ্ধাৰ হ’ল নলবাৰীৰ পৰা চুৰি কৰি অনা এখন ৰোলাৰ ৷
বিগত ৯ মাৰ্চত নলবাৰীৰ শ'লমাৰীত পথৰ কাষত ৰখাই থোৱা ৰোলাৰ এখন চুৰি হৈছিল ৷ পৰৱৰ্তী সময়ত নলবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পোম খেদি অভয়াপুৰীৰ পৰা চুৰি ৰোলাৰখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ চুৰিকাণ্ডত জৰিত থকাৰ সন্দেহত দুজন লোকক সোধ পোছৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|