• Home
  • »
  • News
  • »
  • crime
  • »
  • বাইক, চাৰিচকীয়া বাহন নহয়, এইবাৰ চোৰৰ চকু পৰিল ৰাস্তাৰ কাষত ৰখাই থোৱা ৰোলাৰত...

বাইক, চাৰিচকীয়া বাহন নহয়, এইবাৰ চোৰৰ চকু পৰিল ৰাস্তাৰ কাষত ৰখাই থোৱা ৰোলাৰত...

বাইক বা গাড়ী নহয় , এইবাৰ সংঘটিত হ’ল ৰোলাৰ চুৰিকাণ্ড ৷ আঢ়ৈ মাহ পিছত উদ্ধাৰ হ'ল নলবাৰীৰ পৰা  চুৰি ৰোলাৰ।

  • Share this:
বাইক বা গাড়ী নহয় , এইবাৰ পোহৰলৈ আহিছে ৰোলাৰ চুৰিৰ ঘটনা ৷ অভয়াপুৰীত উদ্ধাৰ হ’ল নলবাৰীৰ পৰা চুৰি কৰি অনা এখন ৰোলাৰ ৷

বিগত ৯ মাৰ্চত নলবাৰীৰ শ'লমাৰীত পথৰ কাষত ৰখাই থোৱা ৰোলাৰ এখন চুৰি হৈছিল ৷ পৰৱৰ্তী সময়ত নলবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পোম খেদি অভয়াপুৰীৰ পৰা চুৰি ৰোলাৰখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ চুৰিকাণ্ডত জৰিত থকাৰ সন্দেহত দুজন লোকক সোধ পোছৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৷
Published by:Kokil Sarma
First published: