• Home
  • »
  • News
  • »
  • crime
  • »
  • তীৰ্থনগৰীত জঘন্য ঘটনা ! ৬৫ বছৰীয়া নৰাধমৰ কামনাৰ বলি হ'ল ১২ বছৰীয়া কিশোৰী...

তীৰ্থনগৰীত জঘন্য ঘটনা ! ৬৫ বছৰীয়া নৰাধমৰ কামনাৰ বলি হ'ল ১২ বছৰীয়া কিশোৰী...

হাজোৰ কোঁৱৰপুৰ বালাত ৬৫ বছৰীয়া এজন লোকৰ কামনাৰ বলি হৈছে এগৰাকী ১২ বছৰীয়া কিশোৰী। ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰী গৰাকীক কোঁৱৰপুৰ বালা অঞ্চলৰে চাইফত আলী নামৰ লোকজনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। 

  • Share this:
মানৱ সমাজক লজ্জানত কৰা আন এক জঘন্য ঘটনা পোহৰলৈ আহিছে তীৰ্থনগৰী হাজোত। হাজোৰ কোঁৱৰপুৰ বালাত সংঘটিত হৈছে এই ঘটনাটো। ৬৫ বছৰীয়া এজন লোকৰ কামনাৰ বলি হৈছে এগৰাকী ১২ বছৰীয়া কিশোৰী। ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰী গৰাকীক কোঁৱৰপুৰ বালা অঞ্চলৰে চাইফত আলী নামৰ লোকজনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ভুক্তভোগীৰ ভাষ্য অনুসৰি, কিশোৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ বুজি চাইফত আলী নামৰ এইটো নৰাধমে উপস্থিত হৈছিল কিশোৰী গৰাকীৰ ঘৰত। আৰু তাৰ পাছতে তামোল খোৱাৰ চলেৰে ঘৰৰ ভিতৰত  প্ৰৱেশ কৰি কিশোৰী গৰাকীক ৬৫ বছৰীয়া লম্পটে ধৰ্ষণ কৰে। এই ঘটনা সংঘটিত কৰাৰ পিছতেই, ঘৰত কিশোৰী গৰাকীৰ মাতৃ উপস্থিত হৈ অভিযুক্ত চাইফত আলীক কৰায়ক্ত কৰিব ওলোৱাৰ সময়তেই ছেগ বুজি পলায়ন কৰে লম্পট চাইফতে।
এই ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে শুকুৰবাৰে নিশা অভিযুক্ত চাইফত আলীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে হাজো আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে চাইফতক।
Published by:Kokil Sarma
First published: