গুৱাহাটী মহানগৰীৰ বেলতলাত নৃশংস হত্যাকাণ্ড। মহানগৰীৰ ছাৰ্ভেত বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা। দুৰ্বৃত্তই ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰিলে বৃদ্ধ দম্পতীক। ডকাইতৰ দলে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

ঘটনাৰ খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দুৰ্বৃত্তৰ আক্ৰমণত নিহত ননী বৰুৱা নামৰ লোকজনৰ বয়স ৮৬ বছৰ, আনহাতে নিহত পত্নীৰ বয়স ৮০বছৰ। তেওঁলোকৰ সন্তান বেংগালুৰুত কৰ্মৰত বুলি জানিব পৰা গৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|