মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »ৰাজ্যত উজান উঠিছে ড্ৰাগছৰ ! মহানগৰীৰ ISBTত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী ...

ৰাজ্যত উজান উঠিছে ড্ৰাগছৰ ! মহানগৰীৰ ISBTত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী ...

শুক্ৰবাৰে ৰাতিপুৱাৰ ভাগত SOG  আৰু গড়চুক আৰক্ষীয়ে যুটীয়াভাবে বিশ্বস্ত খবৰৰ ভিত্তিত অভিযান চলাই মহানগৰীৰ  ISBTত জব্দ কৰে বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ। গ্ৰেপ্তাৰ কৰে ৱাহিদুৰ ৰহমান নামৰ সৰবৰাহকাৰীক।

  • Share this:
ৰাজ্যত অব্যাহত আছে  নিষিদ্ধ নিচাজাতীয় ড্ৰাগছৰ বেহা। তৎপৰ হৈ আছে আৰক্ষী প্ৰশাসন । ড্ৰাগছৰ বিৰুদ্ধে চলাইছে মাৰাথন অভিযান।

শুক্ৰবাৰে ৰাতিপুৱাৰ ভাগত SOG  আৰু গড়চুক আৰক্ষীয়ে যুটীয়াভাবে বিশ্বস্ত খবৰৰ ভিত্তিত অভিযান চলাই মহানগৰীৰ  ISBTত জব্দ কৰে বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ। গ্ৰেপ্তাৰ কৰে ৱাহিদুৰ ৰহমান নামৰ সৰবৰাহকাৰীক। ডিমাপুৰৰ পৰা প্ৰথমে গোলাঘাট আৰু তাৰ পিছত গুৱাহাটী মহানগৰীলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মুল্য কেইবা লক্ষ টকা হ'ব বুলি জনাইছে আৰক্ষীয়ে। ধৃত ৱাহিদুৰৰ পৰা জব্দ কৰিছে ৫ টা পেকেট। ৱাহিদুৰে বাছ যোগে সৰবৰাহ কৰিছিল ড্ৰাগছ। মহানগৰীৰ কেইবাটাও পেডলাৰক দিয়া কথা আছিল ড্ৰাগছ খিনি।ৱাহিদুৰক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে  মাৰাথান জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে।

শেহতীয়া বাতৰি