Guwahati Murder Case: আৰক্ষীৰ জেৰাত ডিম্পলৰ হত্যাকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি। হত্যাকাণ্ডৰ পূৰ্বে ডিম্পলে সেৱন কৰিছিল চিগাৰেট, চিগাৰেট খাবলৈ বাধা দিছিল যুৱকজনে। যাৰ পৰিণতিত কাজিয়াৰ সূত্ৰপাত হয় দুয়োৰে। আৰক্ষীৰ চকুত ধূলি দিবলৈ ডকাইটি কাণ্ডৰ ৰূপ দিছিল হত্য়াকাৰীয়ে।

Guwahati Murder Case: আৰক্ষীৰ জেৰাত ডিম্পলৰ হত্যাকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি। হত্যাকাণ্ডৰ পূৰ্বে ডিম্পলে সেৱন কৰিছিল চিগাৰেট, চিগাৰেট খাবলৈ বাধা দিছিল যুৱকজনে। যাৰ পৰিণতিত কাজিয়াৰ সূত্ৰপাত হয় দুয়োৰে। আৰক্ষীৰ চকুত ধূলি দিবলৈ ডকাইটি কাণ্ডৰ ৰূপ দিছিল হত্য়াকাৰীয়ে, খুলি ৰাখিছিল ডিম্পলৰ গৃহৰ দুটা আলমিৰা। ১০:১৫ বজাত পিতৃযে ডিম্পলক ফোন কৰা সময়ত জীৱিত আছিল কিশোৰীগৰাকী, আৰক্ষীক দিয়া এই বিস্ফোৰক ভাষ্য হত্য়াকাৰীৰ।
বিপৰীতে ডিম্পলৰ মাতৃয়ে ক'লে- চিগাৰেটৰ বাবে হত্যা হ'ব নোৱাৰে। মোৰ ছোৱালীয়ে চিগাৰেট নাখায়, মোবাইল ফোনৰ বাবে হব পাৰে। মোৰ ছোৱালীৰ মোবাইল সঘনে বিচাৰিছিল এইজন যুৱকে, মোবাইল দিবলৈ অমান্তি হৈছিল ডিম্পল। তেনে কাৰণে হয়টো হ'ব পাৰে হত্যা, গাখীৰ খুৱাই সাপ পুহিছিলো, সেই সাপে আজি খুটিলে। বিগত এমাহে আশ্ৰয় দিছিলো আমাৰ ঘৰত, সেয়া মোৰ ভুল হ'ল। এনেদৰে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰিলে ডিম্পলৰ মাতৃয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|