• Home
  • »
  • News
  • »
  • crime
  • »
  • চিৰাঙত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ ! দুৰ্বৃত্তই কাটি নিলে হাতীৰ দাঁত আৰু নেজ...

চিৰাঙত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ ! দুৰ্বৃত্তই কাটি নিলে হাতীৰ দাঁত আৰু নেজ...

চিৰাঙৰ দেওশ্ৰীত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ কিন্তু মৃত হাতীটোৰ দাত আৰু নেজ ইতিমধ্যে কাটি নিছে দুবৃৰ্ত্তই। বন বিভাগৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷

  • Share this:
চিৰাঙৰ দেওশ্ৰীত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ কিন্তু মৃত হাতীটোৰ দাত আৰু নেজ ইতিমধ্যে কাটি নিছে দুবৃৰ্ত্তই। বন বিভাগৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মতা হাতীৰ মৃতদেহটো ৷

প্ৰায় চাৰি - পাচ দিন মান পূৰ্বে দুৰ্বৃত্তই হাতীটোক হত্যা কৰা বুলি সন্দেহ কৰিছে বন বিভাগে ৷ ইতিমধ্যে তদন্তৰ বাবে হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বন বিভাগৰ তৰফৰ পৰা ৷
Published by:Kokil Sarma
First published: