মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Breaking News: দুদিন ধৰি আত্মগোপন কৰি থকা APDCLৰ কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পণ...

Breaking News: দুদিন ধৰি আত্মগোপন কৰি থকা APDCLৰ কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পণ...

Kokil Sarma | News18-Assam
Updated:September 27, 2021, 3:41 PM IST
Breaking News: দুদিন ধৰি আত্মগোপন কৰি থকা APDCLৰ কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পণ...
APDCLৰ কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পণ। APDCLৰ মহা প্ৰৱন্ধক আছিল আতাউৰ ৰহমান। দুদিন ধৰি তেওঁ আত্মগোপন আছিল।

  • News18 Assam
  • Last Updated: September 27, 2021, 3:41 PM IST
  • Share this:
APDCLৰ কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পণ। APDCLৰ মহা প্ৰৱন্ধক আছিল আতাউৰ ৰহমান। দুদিন ধৰি তেওঁ আত্মগোপন আছিল।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ওচৰত আত্মসমৰ্পণ কৰে APDCLৰ কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানে।
Published by: Kokil Sarma
First published: September 27, 2021, 3:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি