অভয়াপুৰী থানাৰ সন্মুখত চলি থকা নিয়মীয়া তালাচীত আৰক্ষীয়ে AS 19C 6967 নম্বৰ টেম্পোত আহি থকা অৱস্থাত ড্ৰাগছ ভৰ্তি ৫ টা কন্টেইনাৰ , ৪ টা চিৰিঞ্জ আৰু এটা মোবাইল ফোন সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।
অভয়াপুৰী থানাৰ সন্মুখত চলি থকা নিয়মীয়া তালাচীত আৰক্ষীয়ে AS 19C 6967 নম্বৰ টেম্পোত আহি থকা অৱস্থাত ড্ৰাগছ ভৰ্তি ৫ টা কন্টেইনাৰ , ৪ টা চিৰিঞ্জ আৰু এটা মোবাইল ফোন সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।
ৰাজ্যৰ চৌদিশে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ অভয়াপুৰীত ড্ৰাগছ জব্দ হৈছে। অভয়াপুৰী থানাৰ সন্মুখত চলি থকা নিয়মীয়া তালাচীত আৰক্ষীয়ে AS 19C 6967 নম্বৰ টেম্পোত আহি থকা অৱস্থাত ড্ৰাগছ ভৰ্তি ৫ টা কন্টেইনাৰ , ৪ টা চিৰিঞ্জ আৰু এটা মোবাইল ফোন সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
আটকাধীন যুৱকজন ডুমুৰীয়াৰ ইনামূল হক । যুৱকজনে দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|